thumbnail

By

Published : May 16, 2021, 5:41 PM IST

ETV Bharat / Videos

ধিঙত কন্টেইনমেন্ট জ’নত খাদ্য সামগ্ৰী বিতৰণ

নগাঁও জিলাৰ ধিঙত ক’ভিড সংক্ৰমণ দিনক দিনে বৃদ্ধি পাইছে । ইতিমধ্যে জিলা প্ৰশাসনে ধিঙৰ নাম দুমদুমীয়া সত্ৰক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে ৷ ফলত কন্টেইনমেন্ট জ’নৰ ভিতৰত থকা দৰিদ্ৰ লোক সকল৹ খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত বিশেষ অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে । এনে সময়ত ধিঙৰ বিশিষ্ট সমাজ সেৱক যতীন নাথে ৫০ টি দৰিদ্ৰ পৰিয়ালৰ মাজত দেওবাৰে খাদ্য সামগ্ৰী বিতৰণ কৰে । যতীন নাথৰ এনে পদক্ষেপৰ আদৰণি জনাইছে ধিঙৰ সচেতন মহলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.