বানত সৰ্বস্ব হেৰুৱা ভুৰবন্ধাবাসীৰ মথাউৰিয়েই শেষ আশ্ৰয়... - FLOOD

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 15, 2019, 9:47 PM IST

বান-গৰাখহনীয়াত সৰ্বস্বান্ত লাওখোৱাৰ ভুৰবন্ধাৰ দুই শতাধিক পৰিয়াল । খহনীয়াত মাটি ভেটি হেৰুওৱা বহু পৰিয়ালসমূহে আশ্ৰয় লৈছে মথাউৰিৰ ওপৰত । বানৰ কৱলত পৰি দুটা দিনত আশ্ৰয় শতাধিক পৰিয়ালৰ। এসময়ত কৃষি কৰ্মৰে জীৱিকা অর্জন কৰা লোক এতিয়া পৰিণত হৈছে হাজিৰা কৰা শ্ৰমিকলৈ...চাওক আমাৰ এক প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.