কাকডোঙাৰ ৰুদ্ৰমূৰ্তিঃ টোপনি হৰিছে তিতাবৰ বৰহোলাবাসীৰ - কাকডোঙা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3772230-thumbnail-3x2-h.jpg)
কাকডোঙাই তাণ্ডৱ চলাইছে তিতাবৰ মহকুমাৰ অন্তৰ্গত বৰহোলা অঞ্চলত ৷ তিতাবৰৰ বৰহোলা অঞ্চলত মথাউৰি ভঙাৰ ফলত সংহাৰী ৰূপ ধাৰণ কাকডোঙাৰ ৷ বিদ্যালয়, কাৰ্যালয়ত নাৱেৰে যাত্ৰা কৰিছে অঞ্চলবাসীয়ে৷ বৰহোলা,নাও পেটা, ইকৰাণী অঞ্চলত বানৰ তাণ্ডব ৷ সবিশেষ এই প্ৰতিবেদনত...