বান শেষ হ'ল : অন্ত পৰা নাই ৰাইজৰ দুৰ্দশা - flood
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3914804-thumbnail-3x2-bknkm.jpg)
ৰাজ্যবাসীক তচনচ কৰা সংহাৰী বান কমিল কিন্তু কমা নাই বানপীড়িত লোকসকলৰ দুৰ্দশা । সন্মুখীন হৈছে আন এক আহুকালৰ । বিশেষকৈ বানপানী শুকুৱাৰ পিছত বানপীড়িত অঞ্চলৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত ভুগিব লাগে যমৰ যাতনা । বানে ধুই নিয়াৰ পাচত ধুবুৰীৰ চাপৰ নগৰৰ সীমান্তৱৰ্তী সুতিৰমুখ অঞ্চলৰ ৰাইজৰ আৰম্ভ হৈছে আন এক সংগ্ৰাম ৷ চাপৰ নগৰৰ পৰা এই অঞ্চললৈ যাতায়তৰ একমাত্ৰ সমল এই বাঁহৰ দলংখন বাঢ়নী পানীয়ে উটুৱাই নিয়াত আন এক দুখলগা পৰিস্থিতিৰ সন্মুখীন হৈছে অঞ্চলটোৰ ৰাইজ ৷ উপায়ন্তৰ অঞ্চলটোৰ ৰাইজে অৱশেষত হাতে হাতে দা বাঁহ লৈ ওলাই আহি ব্যস্ত হৈ পৰিল দলং মেৰামতিত ...