যোৰহাটৰ NRL তেল ডিপোত গুলী চালনা কৰি ডকাইতি - ডকাইটি
🎬 Watch Now: Feature Video

যোৰহাটৰ সংঘটিত হৈছে এক ডকাইতিৰ ঘটনা ৷ NRL ৰ তেল ডিপোট সংঘটিত হৈছে এই ঘটনাটো ৷ কেবল সিমানেই নহয় ডকাইতৰ দলটোৱে গুলী চালনা কৰি লুটি লৈ যায় নগদ প্ৰায় 13 হাজাৰ টকা ৷ জানিবপৰা মতে, এখন ৰঙা ৰঙৰ পালচাৰত আহিছিল ধৃত দুই যুৱক ৷ সম্প্ৰতি ঘটনাস্থলীত যোৰহাট আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ৷