ঢকুৱাখনাৰ ফাটবিহু হুঁচৰি দলৰ গুমগুমনি মহানগৰীত - GUWAHATI

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 21, 2019, 11:43 PM IST

গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত ঢকুৱাখনাৰ ফাটবিহু হুঁচৰি দল ৷ পৰম্পৰাগতভাৱে অধ্যাপক অখিল ৰঞ্জন দত্তৰ ঘৰত বিহু 38 জনীয়া দলৰ ৷ মহানগৰীত থকা ঢকুৱাখনাৰ লোকৰ ঘৰত বিহু হুঁচৰি প্ৰদৰ্শন ৷ সাতদিনলৈ গুৱাহাটীৰ বিভিন্ন স্থানত হুঁচৰি গাব দলটোৱে ৷ ম’হঘুলি চাপৰিত 10 মে'ৰ পৰা আৰম্ভ হ’বলগা ফাটবিহুলৈ নিমন্ত্ৰণ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.