thumbnail

By

Published : May 11, 2019, 6:18 PM IST

ETV Bharat / Videos

ফাটবিহুঃ 300 বছৰীয়া সুপ্ৰাচীন পৰম্পৰা

ফাট বিহু ৷ ঐতিহাসিক চাৰিকড়ীয়া নদীৰ পাৰত উখল মাখল পৰিৱেশ ৷ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বিৱৰ্তনৰ মাজেৰে আজিৰ ৰূপ পোৱা ঢকুৱাখনাৰ ঐতিহাসিক ফাট বিহুৰ আজি দ্বিতীয়টো দিন ৷ ঢুলীয়াৰ ঢোলৰ ছেওঁত তত নাইকীয়া নাচনীৰ গা ৷ আহিছে মানুহ গৈছে মানুহ, চাৰিওফালে কেৱল মানুহেই মানুহ, ফাটবিহু চাবলৈ চাৰিকড়ীয়াৰ ম’হঘুলি চাপৰিত ভিৰ কৰিছেহি অজস্ৰ লোকে ৷ আজি পুৱাৰে পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে একেলগে চাৰিকড়ীয়াৰ পাৰত মাৰিলে বিহু ৷ এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.