হাঁহ-কুকুৰাৰ ফাৰ্মেৰে আৰম্ভ নতুন জীৱন! - হাঁহ-কুকুৰাৰ ফাৰ্মেৰে আৰম্ভ নতুন জীৱন
🎬 Watch Now: Feature Video

বৰপেটা,12চেপ্তেম্বৰ : বৰপেটা জিলাৰ পুতলাট্টাৰী গাঁৱৰ এজন যুৱক ৷ যুৱকজনৰ নাম জামাল উদ্দিন ৷ যুৱকজনে ছচিয়েল মিডিয়াৰ এটা ভিডিঅ চাই প্ৰভাৱিত হৈ আৰম্ভ কৰে হাঁহ-কুকুৰাৰ ফাৰ্ম ৷ যুৱকজনে বাংলাদেশৰ এজন যুৱকৰ হাঁহ কুকুৰা ফাৰ্মেৰে স্বাৱলম্বী হোৱাৰ এটা ভিডিঅ চাই কেনেদৰে ৯ হাজাৰ টকাৰে আৰম্ভ কৰিছে হাঁহ কুকুৰৰ ফাৰ্ম সেই সন্দৰ্ভত চাওক আমাৰ এক প্ৰতিবেদন ৷