নগাঁৱত ভোগালী উৎসৱত শতাধিক জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা

By

Published : Jan 14, 2021, 3:44 PM IST

thumbnail

কলঙৰ বাকৰি নগাঁৱৰ নেহেৰুৱালীত আৰম্ভ হোৱা ভোগালী উৎসৱত নগাঁৱৰ জ্যেষ্ঠ নাগৰিকসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সদৌ নগাঁও ভোগালী উৎসৱ উদযাপন সমিতিয়ে ভোগলীৰ পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ এশৰো অধিক জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জ্ঞাপন কৰে। বিহুৰ দিনটোত সম্বৰ্ধনা লাভ কৰি উৎফুল্লিত হৈ পৰে জ্যেষ্ঠ নাগৰিকসকল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.