ভোটাধিকাৰ সাব্যস্ত প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ

By

Published : Apr 1, 2021, 11:10 AM IST

thumbnail
বৃহস্পতিবাৰে পুৱাৰে পৰা ৰাইজে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে ভোট গ্ৰহণ কেন্দ্ৰসমূহত ৷ কিয়নো ইতিমধ্য়ে আৰম্ভ হৈ গৈছে ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ 39 টা সমষ্টিৰ প্ৰাৰ্থীসকলে সাব্যস্ত কৰিছে ভোটাধিকাৰ ৷ দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ টুকৰ বজাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটকেন্দ্ৰত প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদে পুৱাই সাব্যস্ত কৰে ভোটাধিকাৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.