অসমীয়া সু-স্বাদু খাদ্যৰে এইবাৰৰ ইটিভি ভাৰতৰ সঁফুৰা - সঁফুৰা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 6, 2020, 6:05 PM IST

এইবাৰৰ ইটিভি ভাৰতৰ 'সঁফুৰা' ব্যতিক্ৰমী ৰূপত ৷ অসমীয়া সু-স্বাদু খাদ্যক আটকধুনীয়াকৈ সজাই তোলাৰ কৌশল লৈ আহিব ফুড ডিজাইনাৰ কাশ্মিৰী বৰকাকতী নাথে ৷ পিঠাৰ পৰা আৰম্ভ কৰি মাছৰ টেঙা, আলু পিটিকা, ঔটেঙাৰে মাটি মাহৰ দাইললৈ...সকলো খাদ্যৰে জুটি পাব এই অনুষ্ঠানত ৷ শনিবাৰে সন্ধিয়া 5বজাত প্ৰচাৰ কৰা হ'ব এই অনুষ্ঠান ৷ অনুষ্ঠান উপভোগ কৰিবলৈ ক্লিক কৰক www.etvbharat.com ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.