তিনিচুকীয়া সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী শুভাশীষ ভট্টাচাৰ্যৰে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ - শুভাশীষ ভট্টাচাৰ্যৰে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11084790-thumbnail-3x2-t.jpg)
ক্ৰমাৎ চমু চাপি আহিছে ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটদানৰ দিন ৷ ইতিমধ্যে নিৰ্বাচনী ৰণত নামি পৰিছে বহু ৰথী-মহাৰথী ৷ সমান্তৰালকৈ, 122 নং তিনিচুকীয়া সমষ্টিত নিৰ্দলীয় হিচাপে প্ৰাৰ্থীত্ব আগবঢ়াইছে শুভাশীষ ভট্টাচাৰ্যই ৷ নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত শুভাশীষ ভট্টাচাৰ্যৰ সৈতে ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ...