সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্ত ভূঞাৰ সৈতে এইবাৰৰ ইটিভি ভাৰতৰ 'সঁফুৰা'

By

Published : Dec 4, 2020, 4:29 PM IST

thumbnail
ঘৰতে থাকি আপুনি ল'ব পাৰিব ধুনীয়া হোৱাৰ কৌশল ৷ ল'ব পাৰিব ছাল, চুলিৰ যতন ৷ এই সন্দৰ্ভত এইবাৰৰ ইটিভি ভাৰতৰ 'সফুৰা' অনুষ্ঠানত আমন্ত্ৰণ কৰি অনা হৈছে সৌন্দৰ্য বিশেষজ্ঞা মালা মহন্ত ভূঞাক ৷ অনুষ্ঠান উপভোগ কৰিবলৈ লগ ইন কৰক www.etvbharat.com

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.