ETV Bharat Exclusive interview : কৃষকমুক্তি সংগ্ৰাম সমিতিৰ সভাপতিৰ ৰাজু বৰাৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

By

Published : Dec 23, 2021, 5:10 PM IST

thumbnail

কৃষকমুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰাৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ (Exclusive interview with KMSS president Raju Bora) ৷ কা’ প্ৰত্যাহাৰৰ দাবীৰ (Demand for repeal of CAA) পৰা এক ইঞ্চিও বিচলিত নোহোৱাৰ হুংকাৰ কৃষক মুক্তিৰ সভাপতি গৰাকীৰ ৷ লগতে বৃহৎ নদী বান্ধ, ভূমি পট্টা প্ৰদান আদি বিষয়তো আন্দোলন কৰাৰ কথা প্ৰকাশ কৰিলে ৰাজু বৰাই ৷ চাওক সবিশেষ...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.