অখিল গগৈক নিৰ্বাচনী প্ৰতীক চিহ্ন প্ৰদান নিৰ্বাচন আয়োগৰ - ধৈৰ্য কোঁৱৰ
🎬 Watch Now: Feature Video

108 নং শিৱসাগৰ বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈক নিৰ্বাচন আয়োগে প্ৰদান কৰে পাইপ লগা চিলিণ্ডাৰৰ নিৰ্বাচন প্ৰতীক । অখিল গগৈৰ হৈ ৰাইজৰ দলৰ ধৈৰ্য কোঁৱৰে শিৱসাগৰ জিলা নিৰ্বাচন বিষয়াৰ পৰা গ্ৰহণ কৰে এই প্ৰতীক চিহ্ন । চাওঁক এই সন্দৰ্ভত কি ক’লে ধৈৰ্য কোঁৱৰে...