thumbnail

By

Published : Mar 13, 2021, 10:22 PM IST

ETV Bharat / Videos

শিৱসাগৰত স্মৃতি ইৰাণীৰ নিৰ্বাচনী প্ৰচাৰ

১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰীৰ হৈ শনিবাৰে শিৱসাগৰত প্ৰচাৰ চলালে শীৰ্ষ বিজেপি নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে । সাংসদ কামাখ্যা তাছা, বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ভূঞা, বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদৰ জিলা সভাপতি ঘণ গগৈ, জিলা বিজেপিৰ সভাপতি পুতল গগৈ, প্ৰাৰ্থী সুৰভী ৰাজকুঁৱৰী আদি উপস্থিত থাকে নিৰ্বাচনী সভাত ৷ শীৰ্ষ বিজেপি নেত্ৰীগৰাকীয়ে ৰাইজক সম্বোধন কৰি পদুমত উঠি অহা লক্ষ্মীক আদৰি অনাৰ বাবে আহ্বান জনায় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.