Pradeep Dutta Roy controversy : মৰাণৰ ৰাজপথত জ্বলিল বিতৰ্কিত বঙালী নেতাৰ পুত্তলিকা - Controversy of Bengali leader Pradeep Dutta Roy
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13759507-thumbnail-3x2-moran.jpg)
গ্ৰেপ্তাৰ হোৱাৰ পাচতো চৰ্চাত আছে বিতৰ্কিত বাঙালী নেতা প্ৰদীপ দত্ত ৰয়(Controversy of Bengali leader Pradeep Dutta Roy) ৷ অসমীয়া ভাষাক অপমান কৰা প্ৰদীপ দত্ত ৰয় (Pradeep Dutt Roy insulted the Assamese language)ৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদ মৰাণত ৷ বৰাকত অসমীয়া ভাষাক কৰা অপমান সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰি প্ৰগতিশীল যুৱ মঞ্চৰ প্ৰতিবাদকাৰী সকলে দাহ কৰে বিতৰ্কিত বাঙালী নেতাগৰাকীৰ প্ৰতিকৃতি (Effigy burnt of Pradeep Dutta Roy by Progotisil Youth Forum) । লগতে গ্ৰেপ্তাৰ হোৱা বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে প্ৰশাসন আৰু চৰকাৰক কঠোৰ হ’বলৈ আহ্বান জনাই প্ৰগতিশীল যুৱ মঞ্চৰ প্ৰতিবাদকাৰীসকলে ৷
TAGGED:
Progotisil Youth Forum