এন আৰ চিক লৈ কি কয় সিদ্ধাৰ্থ ভট্টাচাৰ্যই - Education Minister Sidhartha Bhattacharya reaction on NRC

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 31, 2019, 11:27 PM IST

এন আৰ চি চূড়ান্ত তালিকাৰ প্ৰকাশৰ বাবে উচ্চতম ন্যায়ালক ধন্যবাদ জনাই মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই । এন আৰ চিত ভুল ক্ৰটি ৰৈ যোৱাটো স্বাভাৱিক এই সমুহ ভুল সমুহ শুধৰাই প্ৰকৃত ভাৰতীয় নাগৰিক নাম যাতে বাদ নপৰে তাৰবাবে সকলো দল-সংগঠনৰ সহায় সহযোগ কৰাৰ বাবে আহ্বান জনাই । লগতে শিক্ষা বিভাগ সন্দৰ্ভত উল্লেখ কৰে যে উচ্চ ন্যায়লয়ৰ নিৰ্দেশ অনুযায়ী শীঘ্ৰে শিক্ষা বিভাগে অনুস্থিত কৰিব দুটা পৰ্যায়ৰ টেট পৰীক্ষা । এই টেট পৰীক্ষা অনুস্থিত হৈ যোৱাৰ পিছতেই শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব শিক্ষা বিভাগে । ঠিকাভিত্তিত শিক্ষকসকলোকো শিক্ষা বিভাগৰ নতুন নিয়ম অনুসৰি নিযুক্তি কৰা হ'ব বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.