যোৰহাটতো পূজা চাবলৈ ভিৰ কৰিছে অগনন ভক্তই

By

Published : Oct 12, 2021, 9:56 PM IST

thumbnail
মহা সপ্তমীৰ নিশা যোৰহাটত ভক্তৰ ভিৰ । ক’ভিড প্ৰটকল অনুসৰি নিশা ১০ বজাৰ ভিতৰত বন্ধ কৰিব লাগিব পূজাৰ সকলো অনুষ্ঠান । উল্লেখযোগ্য যে, পূৰ্বৰ তুলনাত দৰ্শনাৰ্থীৰ ভিৰ যথেষ্ট কম হৈছে যদিও কিন্তু উৎসাহ ম্লান পৰা নাই ভক্ত সকলৰ মাজত । সময় বাগৰাৰ লগে লগে যোৰহাটৰ বিভিন্ন পূজা মণ্ডপত ভিৰ কৰিছে অগনন ভক্তই । যোৰহাটৰ জনপ্ৰিয় পূজা মণ্ডপ জে পি আৰত সুন্দৰকৈ সজাই পৰাই তুলা হৈছে ৷ সকলো পূজা মণ্ডপতে দেখা গৈছে ক’ভিডৰ নীতি নিয়ম পালন কৰা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.