thumbnail

বিহপুৰীয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী ড৹ অমিয় কুমাৰ ভূঞাৰ বিশেষ সাক্ষাৎকাৰ

By

Published : Mar 7, 2021, 5:24 PM IST

বিধানসভা নিৰ্বাচনলৈ তুংগত উঠিছে ৰাজনৈতিক প্ৰস্তুতি৷ ইতিমধ্যে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলেই ঘোষণা কৰিছে নিজ নিজ প্ৰাৰ্থীৰ তালিকা ৷ এইবাৰ 109 নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ পৰা বিজেপি দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে প্ৰাক্তন আছু নেতা ড৹ অমিয় কুমাৰ ভূঞাক ৷ দেওবাৰে গুৱাহাটীৰ পৰা গৃহ সমষ্টিলৈ গৈ থকা সময়তে ইটিভি ভাৰত অসমৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলৈ সুযোগ দিয়াৰ বাবে বিজেপি দলৰ নেতৃত্বতক ধন্যবাদ জ্ঞাপন কৰে ভূঞাই ৷ ইফালে বৰ্তমানৰ বিধায়ক দেবানন্দ হাজৰিকাই সমষ্টিটোত সমাধান কৰিব নোৱাৰা সমস্যা সমূহৰ সমাধান কৰিবলৈ চেষ্টা কৰিম বুলি ইটিভি ভাৰত অসমক জনাইছে নেতা গৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.