গুৱাহাটীত ডাঃ দেবেন দত্তৰ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ - টীয়ক চাহ বাগিচা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4324254--thumbnail-3x2-protest---copy.jpg)
যোৰহাটৰ টীয়ক চাহ বাগিচাত চিকিৎসক ডাঃ দেবেন দত্তক বৰ্বৰ ভাৱে হত্যা কৰাৰ ঘটনাৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যজুৰি চিকিৎসক সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদৰ জৰিয়তে দোষীক উচিত শাস্তি প্ৰদানৰ লগতে চাহ বাগিচা অঞ্চলত চিকিৎসকৰ সুৰক্ষা নিশ্চিত কৰিবলৈও দাবী জনাই চিকিৎসক সকলে ৷ গুৱাহাটীৰ পৰা লিপিকা ডেকাৰ প্ৰতিবাদন..............