বানৰ পাছত ল'ব লগা সাৱধানতা, কি কয় চিকিৎসকে... - ডাঃ ধনজিৎ হালৈ
🎬 Watch Now: Feature Video

সমগ্ৰ ৰাজ্য বানে বিধ্বস্ত কৰি যোৱাৰ পাছত বানাক্ৰান্ত সকলৰ মাজত স্বাস্থ্যজনিত সমস্যাৰ লগতে দেখা দিব পাৰে কেতবোৰ ৰোগে । এই ক্ষেত্ৰত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই সম্পৰ্কত চিকিৎসক ডাঃ ধনজিৎ হালৈয়ে ই টিভি ভাৰতৰ আগত মন্তব্য আগবঢ়ায়...