স্বাস্থ্য বিভাগৰ অস্বাস্থ্যকৰ কাহিনী : ফাৰ্মাচিষ্টেৰে চলিছে এখন চিকিৎসালয় - হাইলাকান্দি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3872094-thumbnail-3x2-hgj.jpg)
ৰাজ্যৰ অন্য চিকিৎসালয়সমূহ পৰ্যবেক্ষণৰ মাজতে এবাৰ এইখন চৰকাৰী চিকিৎসালয়ৰ কথাও চিন্তা কৰিবলৈ পীয়ুষ হাজৰিকাক আহ্বান ৰাইজৰ .. অন্যথা এই অৱস্থাত অচিৰেই বন্ধ হৈ পৰিব চিকিৎসালয়খন..