thumbnail

By

Published : Apr 6, 2021, 10:03 AM IST

ETV Bharat / Videos

পাঁচগৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিবলৈ জালুকবাৰীত ভোটাৰৰ ভিৰ

দুই লাখ চাৰি হাজাৰ চাৰিশ চৈধ্য গৰাকী ভোটাৰে নিৰ্ধাৰণ কৰিব জালুকবাৰী সমষ্টিৰ পাঁচ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত ৷ নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ উদ্দেশ্যে ৰাতিপুৱাৰে পৰা সমষ্টিটোত ভোটাৰ ৰাইজৰ দীঘলীয়া শাৰী । ইভিএম বাকছত আজি বন্দী হ'ব সমষ্টিটোৰ পাঁচগৰাকী প্ৰাৰ্থী ক্ৰমে বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা, কংগ্ৰেছৰ ৰমেন বৰঠাকুৰ, ৰাইজৰ দলৰ হেমন্ত সুত, নিৰ্দলীয় প্ৰাৰ্থী নৱ নাথ আৰু মইনুল হকৰ ভাগ্য ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.