ৰূপহীহাটত নিশা পৰ্যন্ত উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা

By

Published : Aug 16, 2021, 6:56 AM IST

thumbnail
ৰূপহীহাটৰ খাটোৱালত ৰাষ্ট্ৰীয় পতাকা(National Flag)ক চৰম অৱমাননা । দেওবাৰে নিশা পৰ্যন্ত উৰি থাকিল ৰাষ্ট্ৰীয় পতাকা । খাটোৱাল মধ্য ইংৰাজী বিদ্যালয়ত স্বাধীনতা দিৱস(Independence Day) উপলক্ষে উত্তোলন কৰা ৰাষ্ট্ৰীয় পতাকাখন নিশাৰ ভাগতহে নমোৱা হ’ল । খাটোৱাল মধ্য ইংৰাজী বিদ্যালয় কৰ্তৃপক্ষই সাংবাদিকৰ আগমনৰ খবৰ পাই পতাকাখন নমাই আনিবলৈ তৎপৰ হৈ পৰে । বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ গাফিলতিৰ বাবেই ৰাষ্ট্ৰীয় পতাকাক এইদৰে অৱমাননা কৰা বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.