ডিব্ৰুগড়ত ভয়াৱহ অগ্নিকাণ্ড - অগ্নিদগ্ধ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11566279-thumbnail-3x2-df6u.jpg)
বুধবাৰে দুপৰীয়া ডিব্ৰুগড়ৰ চহৰৰ এটা ব্যস্ত অঞ্চলত সংঘটিত হৈছে ভয়াবহ অগ্নিকাণ্ড।চহৰ খনৰ বজাৰৰ ক'ল ৰোডৰ পৰা ক্ৰমান্বয়ে জুই সম্প্ৰসাৰিত হৈ ইতিমধ্যে কালিবাৰি অঞ্চলৰ বিস্তীৰ্ণ এলেকা আবৰি ধৰিছে।বৰ্তমানেও নিয়ন্ত্ৰণৰ বাহিৰত আছে জুই।ইতিমধ্যে অঞ্চলটোৰ বহু ব্যৱসায় প্ৰতিষ্ঠান,আৱাস গৃহ অগ্নিদগ্ধ হৈছে ৷ অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনেও নিয়ন্ত্ৰণ কৰিব পৰা নাই জুই।