প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছতে DCP ৰ প্ৰতিক্ৰিয়া

By

Published : Sep 20, 2020, 6:14 PM IST

thumbnail

গুৱাহাটী, 20 ছেপ্তেম্বৰ : অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পদৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উপ আৰক্ষী আয়ুক্ত হেমন্ত কুমাৰ দাসে ৷  তেওঁ জনোৱা অনুসৰি, পৰবৰ্তী সময়ত পুনৰ প্ৰাৰ্থী সকলে সুকলমে পৰীক্ষা দিব পাৰিব বুলি মন্তব্য কৰে ৷ পুনৰ এই পৰীক্ষা অনুষ্ঠিত হলে কোনো ধৰণৰ খেলি মেলি নোহোৱাকৈ অনুষ্ঠিত কৰিব বুলি মন্তব্য কৰে উপ আৰক্ষী আয়ুক্ত হেমন্ত কুমাৰ দাসে ৷  লগতে পঢ়ক : উপ আৰক্ষী আয়ুক্ত প্ৰশাসনৰ হেমন্ত কুমাৰ দাসে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.