thumbnail

By

Published : Oct 15, 2021, 7:14 PM IST

ETV Bharat / Videos

মৰাণৰ খোৱাং গেমনত বুঢ়ীদিহিং নদীত দেৱী বিসৰ্জন ভক্তৰ

আজি বিজয়া দশমী । মৰাণৰ খোৱাং গেমনত বুঢ়ীদিহিং নদীৰ ঘাটত চলিছে দেৱী বিসৰ্জনৰ পূৰ্ণ প্ৰস্তুতি । প্ৰশাসনেও দেৱী বিসৰ্জনৰ সকলো ব্যৱস্থা কৰি তুলিছে । দেৱী বিসৰ্জন স্থলীত কোনো ধৰণৰ বিশৃংখল পৰিস্থিতিৰ যাতে সৃষ্টি নহয়, তাৰ বাবে আৰক্ষীয়ে কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা । ইতিমধ্যে কেইবাখনো দেৱী বিসৰ্জন দিয়া হৈছে মৰাণৰ খোৱাং গেমনত বুঢ়ীদিহিং নদীৰ ঘাটত । মৰাণ, খোৱাং, লেঙেৰী, বৰবৰুৱা, লেপেটকতাৰ পৰা প্ৰায় ৩০ খন পূজা মণ্ডপৰ দেৱী খোৱাং গেমনত বুঢ়ীদিহিং নদীৰ ঘাটত বিসৰ্জন দিয়া হ'ব বুলি প্ৰশাসনে জানিবলৈ দিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.