নৱম মৃত্যু দিৱসত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাক সশ্ৰদ্ধ প্ৰণাম - নৱম মৃত্যু দিৱসত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাক সশ্ৰদ্ধ প্ৰণাম
🎬 Watch Now: Feature Video

আজি 5 নৱেম্বৰ অৰ্থাৎ সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ মৃত্যু দিৱস ৷ নৱম সংখ্য়ক এই মৃত্যু দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তত গণশিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ এই মৃত্যু দিৱসত মহান শিল্পীগৰাকীক ইটিভি ভাৰতৰ তৰফৰ পৰাও জ্ঞাপন কৰিলো গভীৰ শ্ৰদ্ধাঞ্জলি ৷
TAGGED:
সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা