চাৰিটাকৈ স্থান দখলেৰে যোৰহাটৰ ক্ৰীচেণ্ট একাডেমীৰ কৃত্বিত্ব - hsslc

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 25, 2019, 11:31 AM IST

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত জিলিকি উঠিল যোৰহাটৰ ক্ৰীচেণ্ট একাডেমী ৷ বিদ্যালয়খনৰ পৰা চাৰিটাকৈ স্থান দখল কৰিলে চাৰিজনকৈ মেধাৱী ছাত্ৰই ৷ কলা শাখাত তৃতীয় স্থান দখলেৰে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে কন্যাশ্ৰী ভাগৱতীয়ে ৷ 474 নম্বৰেৰে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় কন্যাশ্ৰী ভাগৱতীয়ে ৷ একেদৰে শতাব্দী শইকীয়াই দখল কৰে ষষ্ঠ স্থান ৷ 469 নম্বৰেৰে ষষ্ঠ স্থান অধিকাৰ কৰে শতাব্দী শইকীয়াই ৷ বিদ্যালয়খনৰ পৰা সপ্তম স্থান অধিকাৰ কৰে ছামিম চুলতানাই ৷ 468 নম্বৰেৰে সপ্তম স্থান দখল কৰে ছাত্ৰীগৰাকীয়ে ৷ কলা শাখাৰ লগতে বাণিজ্য শাখাতো উজলি উঠে ক্ৰীচেণ্ট একাডেমী ৷ বিদ্যালয়খনৰ নিৱেদিতা গগৈয়ে বাণিজ্য শাখাত লাভ কৰে দ্বিতীয় স্থান ৷ 468 নম্বৰেৰে এই স্থান দখল কৰিবলৈ সক্ষম হয় ছাত্ৰীগৰাকী ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.