নগাঁৱত চৰকাৰী কৰ ফাঁকিৰে চলিছে নেকি আতচবাজীৰ ব্যৱসায়? - আতচবাজীৰ ব্যৱসায়
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-9535227-thumbnail-3x2-ngn.jpg)
নগাঁৱত কৰ ফাঁকিৰে একাংশ ব্যৱসায়ীয়ে চলাইছে নেকি আতচবাজিৰ ব্যৱসায়? ক’ভিড সৃষ্ট পৰিবেশৰ সুযোগ লৈছে নেকি একাংশ ব্যৱসায়ীয়ে? ইটিভি ভাৰতৰ সন্মুখত একাংশ পাইকাৰী ব্যৱসায়ীয়ে আতচবাজীৰ ব্যৱসায়ত এইবাৰ মন্দাৱস্থাই দেখা দিয়া বুলি মন্তব্য কৰাৰ বিপৰীতে আন একাংশই এইবাৰ ব্যৱসায় যথেষ্ট ভাল হোৱা বুলি মন্তব্য কৰিছে । আনহাতে একাংশ ব্যৱসায়ীয়ে ৰহস্যজনক কাৰণত ফটকা বিক্ৰী নোহোৱাৰ কথা উল্লেখ কৰে এগৰাকী ব্যৱসায়ীয়ে ৷ চাওক নগাঁৱৰ ব্যৱসায়ীসকলৰ মুখেৰে এক প্ৰতিবেদন...