চি পি এম, ছাত্ৰ মুক্তিৰ প্ৰতিবাদত উত্তাল নগাঁও - nagaon
🎬 Watch Now: Feature Video

ৰাজ্যত পুনৰ উকমুকনি দিছে CAA বিৰোধী প্ৰতিবাদে ৷ চি পি আই এম, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদত উত্তাল নগাঁও ৷ নগাঁও মহাবিদ্যালয়ৰ সমীপত শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে কেবাটাও সংগঠনে ৷ অখিল গগৈৰ মুক্তিৰ লগতে CAA বাতিলৰ দাবীৰে সাব্যস্ত প্ৰতিবাদ ৷