তিতাবৰত মহিলাৰ শৰীৰত কৰ‘ণাৰ অৱস্থিতি - covid19
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11292165-thumbnail-3x2-titabor.jpg)
তিতাবৰত পুনৰ সৃষ্টি হৈছে কৰ‘ণাৰ সন্ত্ৰাস ৷ তিতাবৰত ৰঞ্জু দেৱী আগৰৱাল নামৰ এগৰাকী ৪৮ বছৰীয়া মহিলা দেহত ধৰা পৰিছে কৰ‘ণা ভাইৰাছৰ অৱস্থিতি ৷ মহিলাগৰাকীয়ে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত কঁকালৰ বিষৰ চিকিৎসা কৰাবলৈ অহাৰ সময়ত কৰোৱা ৰেপিড টেষ্টত ধৰা পৰে কৰ‘ণাৰ অৱস্থিতি ৷ বৰ্তমান সময়ত মহিলাগৰাকী হোম কোৱাৰেন্টাইনত আছে ৷