thumbnail

By

Published : Jun 19, 2020, 4:06 PM IST

ETV Bharat / Videos

ভাৰতৰ ভিন্ন ৰাজ্যত COVID-19ৰ শেহতীয়া পৰিসংখ্যা

19 জুনলৈ ভাৰতবৰ্ষত 380532 গৰাকীলৈ সম্প্ৰসাৰণ ঘটে COVID-19 মহামাৰীৰ ৷ ইয়াৰ বিপৰীতে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 12573 গৰাকীলৈ ৷ এই মহামাৰীৰ কবলৰ পৰা এই পৰ্যন্ত দেশত সুস্থ হৈ উঠিছে 204710 গৰাকী লোক ৷ লগতে দেশৰ ভিন্ন ৰাজ্যত এতিয়াও সক্ৰিয় আক্ৰান্তৰ সংখ্যা আছে 163248 গৰাকী ৷ ভাৰতৰ ভিন্ন ৰাজ্যৰ COVID-19ৰ শেহতীয়া খবৰ জানিবলৈ চাওক এই প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.