প্ৰেমিকাক ভনী সজালে ভণ্ড প্ৰেমিকে ! - সন্দেহজনক অৱস্থাত এহাল প্ৰেমিক প্ৰেমিকা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-4131317-thumbnail-3x2-love.jpg)
হোজাই জিলাৰ ৰাইকাটা ইছলামপুৰত সন্দেহজনক অৱস্থাত ৰাইজে আটক কৰে এহাল প্ৰেমিক প্ৰেমিকাক৷ লংকাৰ লস্কৰ পথাৰৰ এইজন মুক্তাৰ হুছেইনৰ সৈতে দীৰ্ঘদিনৰ পৰাই প্ৰেমৰ সম্পৰ্ক আছিল ইছলামপুৰৰ এইগৰাকী যুৱতীৰ ৷ প্ৰেমিকাৰ ঘৰলৈ তাঁত-বাতি কৰোতে মঙলবাৰে নিশা বিপদত পৰিল মুক্তাৰ ৷ প্ৰেমিক-প্ৰেমিকা দুয়ো এতিয়া আৰক্ষীৰ লক্আপত ৷ প্ৰেমিকে কয় যুৱতী গৰাকী হেনো ভনীহে আছিল ৷ চাওক এই প্ৰতিবেদন....