বিহালীত শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান - বিলাৰীত বিজেপিত যোগদান কাৰ্যসূচী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 8, 2021, 11:31 AM IST

বিহালীত কংগ্ৰেছত খহনীয়া অব্যাহত ৷ প্ৰায় 7 হাজাৰ সংখ্যালঘু কংগ্ৰেছ কৰ্মীয়ে যোগদান কৰিলে বিজেপিত ৷ ৭৭ নং বিহালী বিধানসভা সমষ্টিত চলি থকা টিকটকেন্দ্ৰিক সংঘাতৰ পৰিণতিতেই বিজেপিত যোগদান কৰে কংগ্ৰেছ কৰ্মীসকলে ৷ বিহালী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী ৰঞ্জিত দত্ত, ছত্তিশগড়ৰ প্ৰাক্তন বিধায়ক বীৰেন্দ্ৰ চাহুৰ উপস্থিতিত বিশ্বনাথ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী সৰস্বতী ৰাজবংশী, মোনাবাৰী জিলা পৰিষদৰ প্ৰাক্তন সদস্যা মঞ্জু চাহুৰ নেতৃত্বত মোনাবাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.