কংগ্ৰেছ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ৰ ভোটদান - নিৰ্বাচন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11296908-thumbnail-3x2-b.jpg)
বঙাইগাঁও বিদ্যামন্দিৰ প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ত ভোটদান কৰে ৩২ নং বঙাইগাঁও বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ে ৷ ভোটধিকাৰ সাব্যস্ত কৰি কি কয় শুনক তেওঁৰ মুখেৰে...