নলবাৰীত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভূঞাৰ ভোটদান

By

Published : Apr 1, 2021, 1:09 PM IST

thumbnail

ৰাজ্যৰ অন্যান্য সমষ্টিসমূহৰ দৰে নলবাৰীতো পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হয় । নলবাৰী সমষ্টিত ২,০৭,২২৩ গৰাকী ভোটাৰে ভোটদান কৰিব । সমষ্টিটোৰ আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ জ্ঞানপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত ভোটদান কৰে কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ ভূঞাই । উল্লেখ্য যে, নলবাৰীত ৫ টাকৈ আদৰ্শ ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ জ্ঞানপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থীগৰাকীয়ে ভোট প্ৰদানৰ বাবে শাৰীত থিয় হৈ সংবাদ মাধ্যমৰ আগত মত বিনিময় কৰি কংগ্ৰেছৰ পাঁচ গেৰাণ্টি সন্দৰ্ভত মন্তব্য কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.