thumbnail

By

Published : Nov 23, 2021, 7:30 PM IST

ETV Bharat / Videos

CM's Review meeting with Assam Police :ছমাহত ৰুজু হোৱা গোচৰৰ অগ্ৰগতিৰ বুজ ল'লে হিমন্ত বিশ্ব শৰ্মাই

মহানগৰীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়(Assam Police Headquarter)ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰ্যালোচনা বৈঠক । ৰাজ্যৰ সকলো জিলা আৰক্ষী অধীক্ষক, মণ্ডলৰ ডিআইজি, মহানগৰ আৰক্ষীৰ পৰা বিগত ছমাহৰ গোচৰৰ অগ্ৰগতি বুজ লয় । দিনজোৰা পৰ্যালোচনা বৈঠকতে মুখ্যমন্ত্ৰীয়ে Cyber Securityৰ ওপৰত এখন গ্ৰন্থ উন্মোচন কৰে । অনুষ্ঠানত আদৰণি ভাষণত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান (Director General of Assam Police) ভাস্কৰজ্যোতি মহন্তই কয়, মুখ্যমন্ত্ৰীৰ নেতৃত্বত অধিক সবল হৈছে অসম আৰক্ষী । চাইবাৰ সজাগতাৰ বাবে 'চাইবাৰ চিকিউৰ'(cyber secure) নামৰ গ্ৰন্থখন উন্মোচন কৰে মুখ্যমন্ত্ৰীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.