"আকৌ এবাৰ মোডী চৰকাৰ": সৰ্বানন্দ সোণোৱাল

By

Published : May 23, 2019, 2:55 PM IST

Updated : May 23, 2019, 3:01 PM IST

thumbnail
গুৱাহাটী,23 মে':ৰাজ্যৰ ভিন্ন প্ৰান্তত লোকসভা নিৰ্বাচন 2019ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত থকাৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি উগ্ৰতাৰা মন্দিৰ দৰ্শন কৰে ৷ ভাৰতবৰ্ষৰ ৰাইজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সততাৰে ভাল পায় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে তেওঁ কয় যে,ভোট গণনাৰ সন্দৰ্ভত যি খন প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে সেই প্ৰতিচ্ছবি খনে স্পষ্ট কৰিছে যে"আকৌ এবাৰ মোডী চৰকাৰ"
Last Updated : May 23, 2019, 3:01 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.