মাহমৰাত যোগেন মহনৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী সোণোৱাল - মাহমৰাত যোগেন মহনৰ প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী সোণোৱাল
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11016688-thumbnail-3x2-hdhd.jpg)
১০৫ নং মাহমৰা বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী যোগেন মহনৰ হৈ সোমবাৰে নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মাহমৰাৰ জজলী পাঁচআলি খেলপথাৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সোণোৱালে যোগেন মহনক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায় । অনুষ্ঠানত শিক্ষাবিদ দয়ানন্দ বৰগোঁহাই, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ লগতে বহুকেইজন দলীয় নেতা উপস্থিত থাকে ।