প্ৰয়োজনত হাগ্ৰামাৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব প্ৰমোদ বড়োৱে ! - BTC election 2020
🎬 Watch Now: Feature Video
সন্মুখত বিটিচিৰ পৰিষদীয় নিৰ্বাচন ৷ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এক প্ৰকাৰ সাজু হৈছে প্ৰাৰ্থীসকল । বিজয়ী হোৱা সম্ভৱনা থকা সমষ্টি বাচনি কৰি প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰাৰ্থীসকলে । ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে তামুলপুৰ সমষ্টিৰ পৰা আগবঢ়াব প্ৰতিদ্বন্দ্বিতা ৷ প্ৰয়োজন সাপেক্ষে বড়োৱে হাগ্ৰামা মহিলাৰীৰ সমষ্টিতো আগঢ়াব পাৰে প্ৰতিদ্বন্দ্বিতা । নিৰ্বাচন সন্দৰ্ভত ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ সৈতে ইটিভি ভাৰতৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ......