ত্ৰিৰংগাৰ তলত শান্তিৰ নিদ্ৰাৰে স্বগৃহ পালেহি ছহীদ বিজয় নাৰ্জাৰী!

By

Published : Dec 1, 2019, 8:47 PM IST

Updated : Dec 2, 2019, 4:58 PM IST

thumbnail
যুদ্ধক্ষেত্ৰত ত্ৰিৰংগা উৰুৱাই হওঁক বা শৰীৰত ত্ৰিৰংগা মেৰিয়াইয়ে হওঁক স্বগৃহ পালেহি বিজয় নাৰ্জাৰী ৷ আই টি বি পিৰ 43 নং বেটেলিয়ানৰ জোৱান আছিল ছহীদ বিজয় নাৰ্জাৰী ৷ ২৮ নৱেম্বৰত হিমাচল প্ৰদেশৰ ডোগ্ৰি পোষ্টত চীনা সেনাৰ গুলিত মৃত্যু হৈছিল জোৱানজনৰ ৷ বীৰ ছহীদগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি যাচিলে সকলোৱে..
Last Updated : Dec 2, 2019, 4:58 PM IST

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.