মেষ ৰাশি : দিনটো মধ্যমীয়া ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ বাহিৰা খাদ্য পৰিহাৰ কৰক ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব |
বৃষ ৰাশি : দিনটো শুভ ৷ নাম আৰু সুনাম হʼব ৷ ব্যৱসায়ত সফলতা ৷ প্ৰশংসা লাভ ৷
মিথুন ৰাশি : দিনটো শুভ ৷ গুৰুত্বপূৰ্ণ নিৰ্ণয় ল’বলৈ সক্ষম হ’ব ৷ কৰ্মত সফল ৷ পৰিয়ালৰ সদস্যৰ লগত সম্পর্ক ভাল ৷ প্ৰশংসা লাভ ৷
কৰ্কট ৰাশি : দিনটো শুভ ৷ টকা-পইচা বৃদ্ধি ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব ৷ নিজৰ ব্যৱসায়ত কিছু মনোযোগ দিয়ক ৷ প্ৰেম মধ্যমীয়া ৷
সিংহ ৰাশি : দিনটো ভাল ৷ প্ৰশংসা লাভ ৷ অযথা চিন্তা কৰিবলৈ এৰক ৷
কন্যা ৰাশি : দিনটো মধ্যমীয়া ৷ কাম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা মনটো আঁতৰাই ৰাখক ৷ বন্ধু-বৰ্গৰ লগত সময় কটাব ৷
তুলা ৰাশি : দিনটো শুভ ৷ পৰিয়ালৰ সদস্যৰ যত্ন লওক ৷ পুৰণি ঘৰটো নতুন পৰিকল্পনাৰে ন-গৃহলৈ পৰিণত কৰিব পাৰে ৷ জীৱনত ভাল বন্ধু লাভ ৷ ৰোগ বা পীড়া হ’ব পাৰে ৷ সদায় যোগ-অনুশীলন কৰক ৷
বৃশ্চিক ৰাশি : পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালৰ সদস্যৰ ভালদৰে যত্ন লওক ৷ কৰ্ম জীৱন ভাল বন্ধু লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ ভাগ্য ভাল ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷
ধনু ৰাশি : দিনটো ভাল ৷ নাম আৰু সুনাম হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব ৷ প্ৰশংসা লাভ ৷
মকৰ ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ সফলতা অনুসন্ধান কৰক ৷ কর্মত মনোযোগ দিয়ক ৷
কুম্ভ ৰাশি : দিনটো কিছু কঠিন ৷ কর্ম প্ৰতিযোগিতাত বিফল হʼব পাৰে ৷ ভাল কৰ্ম কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷
মীন ৰাশি : এটা সক্ৰিয় দিন ৷ মানসিক চিন্তা থাকিব আৰু নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক প্ৰায় ভাল ৷ প্ৰশংসা লাভ৷ কর্মত ব্যস্ততা বাঢ়িব ৷ প্ৰেমত শুভ ৷