চিৰাঙত ড্ৰেগন ফলৰ খেতি - ETV BHARAT
🎬 Watch Now: Feature Video

ইউ টিউবত চাই অসমত ড্ৰেগন ফলৰ খেতি কৰিছে এজন যুৱকে ৷ চিৰাং জিলাৰ ১নং দাউখানগৰ গাঁওৰ ছফিউৰ ৰহমান নামৰ যুৱকজনে আৰম্ভ কৰা এই ড্ৰেগন ফলৰ খেতি আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈছে সকলোৰে বাবে ৷ চাওক আমাৰ এক প্ৰতিবেদন...