ছয়গাঁৱৰ জোৰশিমুলিত ব্ৰহ্মপুত্ৰত নিৰুদ্দেশ এটি শিশু - ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ গৈ সন্ধানহীন শিশু
🎬 Watch Now: Feature Video

ছয়গাঁও সমষ্টিৰ জোৰশিমুলিত অঘটন। ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ গৈ সন্ধানহীন শিশু। শিশুটিৰ নাম ছুৰুজ আলী (৪ বছৰ)। ইতিমধ্যে এছ ডি আৰ এফ বাহিনীয়ে ৰাতিপুৱাৰ পৰা সন্ধান চলাইছে যদিও বৰ্তমানলৈ শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।