ঐতিহাসিক পেঙেৰা ঘাটত ষট পূজা উদযাপন - শিৱসাগৰ ষট পূজা
🎬 Watch Now: Feature Video
আমগুৰিৰ ঐতিহাসিক পেঙেৰা ঘাটত ষট পূজা(Chhath Puja) উদযাপন । পুৱাৰে পৰা ঘাটলৈ সমাগম ঘটে অসংখ্য ভক্তৰ ৷ জাঁজী নৈৰ পেঙেৰা ঘাটত মাংগলিক বিধিৰে সূৰ্য দেৱতাক স্মৰণ কৰে ভক্তসকলে । ষট পূজা উপলক্ষে সুন্দৰকৈ সজাই তোলা হৈছে ঘাটটোৰ চৌদিশ ৷ সূৰ্য উদয় হোৱাৰ আগমূহুৰ্তলৈকে সূৰ্যক প্ৰণাম জনাই পৰিয়ালৰ মংগল আৰু বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰে ভক্তসকলে ৷