টীয়কত চেৰা বিহু উদযাপন - টীয়ক বিহু

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 21, 2021, 6:42 AM IST

টীয়কত উদযাপন কৰা হৈছে চেৰা বিহু ৷ বহাগ মাহৰ 6 দিনৰ দিনা অসমীয়াই আয়োজন কৰে চেৰা বিহু । সাতটা দিনৰ পাচত এনেদৰে পথাৰৰ মাজত গছক পূজা কৰি প্ৰকৃতিৰ পৰা সুৰক্ষা বিচাৰে আৰু গছত এখন গামোচা বান্ধি গছৰ তলতে বিহু মাৰে চহা অসমীয়াই । উল্লেখ্য যে, ক’ৰণা ভাইৰাছ সংক্ৰমণৰ ভয়াৱহতাৰ মাজতো ক’ভিড প্ৰট’কল ৰক্ষা কৰি সকলো বিহুৱতীয়ে মাক্স পৰিধান কৰি এনেদৰে উদযাপন কৰে চেৰা বিহু ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.