Republic Day 2022: গণৰাজ্য দিৱস উপলক্ষে চৰাইদেউত উপায়ুক্তৰ পতাকা উত্তোলন - Charaideo DC flag hoisted on Republic Day 2022
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14289597-thumbnail-3x2-sonari.jpg)
আজি সমগ্ৰ দেশতে উদযাপন কৰা হৈছে ৭৩সংখ্যক গণৰাজ্য দিৱস ৷ সমান্তৰালকৈ চৰাইদেউ জিলাৰ সোণাৰিতো উদযাপন কৰা হয় গণৰাজ্য দিৱস(Republic Day celebrated in Charaideo) ৷ ক'ভিড মহামাৰীৰ বাবে চৰাইদেউত এইবাৰৰ গণৰাজ্য দিৱসত অনুষ্ঠিত কৰা নহ'ল কোনো ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী(Republic Day celebrated at Sonari)৷ সীমিত সংখ্যক লোকৰ উপস্থিতিত পতাকা উত্তোলন কৰে চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱাই(Charaideo DC flag hoisted on Republic Day 2022) ৷ লগতে অনুষ্ঠানত উপস্থিত থাকি সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে শ্বহীদ তৰ্পণ কৰি মুক্তিযুঁজাৰুসকলক স্মৰণ কৰে ৷