AASU protest over members' arrest: আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী - charaideo aasu protest over members arrest

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 29, 2021, 7:55 PM IST

ডিব্ৰুগড়ত আছু কৰ্মীৰ ওপৰত আৰক্ষীৰ আক্ৰমণৰ প্ৰতিবাদত আৰু আটকাধীন আছু কৰ্মীসকলক বিনাচৰ্তে মুক্তিৰ দাবীত চৰাইদেউ জিলা ছাত্ৰ সন্থাই বুধবাৰে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে (AASU protest over members' arrest)। আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ(IPS Shwetank Mishra)ৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰা, আৰক্ষী বাহিনীক ৰাজনৈতিক কাৰণত ব্যৱহাৰ কৰা বন্ধ কৰা, মন্ত্ৰী অতুল বৰাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় আছু কৰ্মীসকলে । বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ সম্পাদক অনুপ জ্যোতি ভূঞাই কয় যে, ডিব্ৰুগড় আৰক্ষীয়ে ৮৫৫ জন শ্বহীদক অপমান কৰিছে ৷ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ এই কাৰ্যক কেতিয়া সহ্য কৰা নহ'ব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.